• About Us Inner Page Banner

স্পষ্টীকৰণ

হিতাধিকাৰীৰ পেন, বেংকৰ সবিশেষ আৰু অন্যান্য ব্যক্তিগত তথ্যকেৱল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ যোগ্যতা পৰীক্ষাৰ বাবেহে সংগ্ৰহ কৰা হৈছে । এই তথ্য আৰু বিৱৰণবোৰ কেৱল যোগ্যতাৰ মূল্যায়নৰ উদ্দেশ্যেহে ব্যৱহাৰ কৰা হ' ব, আৰু সকলো তথ্য গোপনীয় ৰখা হ 'ব ।